JOIN OUR TELEGRAM CHANNEL 

JOIN NOW

Assamese GK for Competitive exams 



(১) Google কোন চনত আবিষ্কাৰ কৰা হৈছিল ?

উত্তৰ: ১৯৯৮

 

(২) অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?

উত্তৰ: ১৮৬৭ চনত 

 

(৩) বৰ্তমান অসমৰ মহকুমা কেইটা আছে ? 

উত্তৰ: ৭৮ টা 

 

(৪) ‘স্বৰ্গ নাৰায়ণ’ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?

উত্তৰ: চুহুংমুং

 

(৫) ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰ: ২৪ ফেব্ৰুৱাৰী তাৰিখে 

 

(৬) আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ: ১৬৬৯ চনত 

 

(৭) অসমত বন গৱেষণা কেন্দ্ৰ ক’ত আছে ?

উত্তৰ: যোৰহাটত আছে ।

 

৮) কোনখন মহাসাগৰত’ বাৰ্মুদ্ৰা ত্ৰিভূজ’ অৱস্থিত ?

উত্তৰ: ভাৰত মহাসাগৰ 

 

Read more:

Assam-history-gk-ll-GK IN Assamese

Assamese GK ll Gk in Assamese 


(৯) হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?

উত্তৰ: ৬৪০ খ্ৰীষ্টাব্দত 

 

(১০) ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?

উত্তৰ: কলিকতাত

(১১) মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?


উত্তৰ: কৌবাং 

 

(১২) প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰ: ১১৯১ চনত 

 

(১৩) ‘বিলাতৰ চিঠি’ নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?

উত্তৰ: জ্ঞানদাভিৰাম বৰুৱা 

 

(১৪) ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?

উত্তৰ: ৩০ অক্টোবৰ তাৰিখে ।

 

(১৫) বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?

উত্তৰ: চীন 

 

(১৬) অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰ: ৪ টা ভাগত 

 

(১৭) গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?

উত্তৰ: কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে 

 

(১৮) আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?

উত্তৰ: ডাবলিন

(১৯) হৰ্ষ চৰিত পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰ: বাণভট্ট 

 

(২০) সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল ?

উত্তৰ: ঘেঁহু

 

(২১) ‘ইয়ং ইণ্ডিয়া’ গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰ: মহাত্মা গান্ধী 

 

(২২) বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন ?

উত্তৰ: ভগবান বিষ্ণু 

 

(২৩) কাছাৰৰ প্ৰাচীন নাম কি আছিল ?

উত্তৰ: হিৰিম্বা

 

(২৪) কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ: ৰঘূদেৱ 

 

(২৫) দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?

উত্তৰ: ১৯৩১ চনত 

 

(২৬) অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?

উত্তৰ: ২ খন

 

(২৭) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰ: ২৫ জানুৱাৰী 

 

(২৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা ?

উত্তৰ: বৰাইল 

 

(২৯) মহীশূৰৰ নতুন নাম কি ?

উত্তৰ: কৰ্ণাটক 

 

(৩০) বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি ?

উত্তৰ: জয়মতী কুঁৱৰী



Post a Comment

Previous Post Next Post