JOIN OUR TELEGRAM CHANNEL 

JOIN NOW

Assamese gk for grade 3 and grade 4 Exams ll Assam history ll gk in assamese 




 অসমৰ ইতহাস


www.gkinassamese.com


1/ কোচ ৰজা নৰনাৰয়ণৰ আচল নাম কি?

১) মল্লদেৱ

২)ভক্তদেৱ

৩) শুক্ল ধ্বজ 

৪)দুৰ্লভ


2/ চীনা পৰিব্ৰাজক হিউৱেন চাঙে কিমান খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল?

১)৬০২ খ্ৰীষ্টাব্দত

২)৬৪৩ খ্ৰীষ্টাব্দত

৩)৬৫০ খ্ৰীষ্টাব্দত

৪)৫৪৩ খ্ৰীষ্টাব্দত


JOIN OUR TELEGRAM CHANNEL CLICK HERE


3/ কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন?

১) নীলাম্বৰ

২) বিশ্ব সিংহ 

৩) নৰনাৰয়ণ

৪) ওপৰৰ এটাও নহয়


4/ কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল?

১) ঘটকা সুৰ

২) ৰত্না সুৰ

৩) হটকা সুৰ

৪) সম্বৰা সুৰ


5/ আহোম আৰু মোগলৰ মাজত হোৱা ৰণ খনৰ নাম কি আছিল

১) শৰাইঘাট ৰ ৰণ

২) ইটাখুলি ৰ 

৩) লতাকতা ৰণ 

৪) ওপৰৰ এটাও নহয় 


6/ অসমৰ কোনে দান্দি যাত্ৰাত ভাগ লৈছিল?

১) লীলাধৰ বৰুৱা

২) নবীন চন্দ্ৰ বৰদলৈ

৩) তৰুণ ৰাম ফুকন

৪) ওপৰৰ এটাও নহয়


7/ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল।

১) ১৯১৫ চনত

২) ১৯২১ চনত

৩) ১৯২৬ চনত 

৪) ১৯২৫ চনত


8/ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ বুলি কাক কোৱা হয়?

১) গুৱাহাটী

২) ধুবুৰী

৩) নলবাৰী

৪) নগাঁও


9/ অসমীয়া ভাষা কোনটো ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত?

১) তিব্বত

২) অষ্ট্ৰিক

৩) আৰ্য

৪) অনাৰ্য


10/ আহোম সাম্ৰাজ্য ৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

১) চন্দ্ৰকান্ত সিংহ

২) পুৰন্দৰ সিংহ

৩) ৰাজেশ্বৰ সিংহ

৪) ৰুদ্ৰ সিংহ


11/ আহোম আৰু কোচ ৰাজ্যৰ মাজৰ শেষৰ খন যুদ্ধ কত হৈছিল?

১) দিহিং

২) লুইত

৩) পিচলা

৪) ওপৰৰ এটাও নহয় 


12/ হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপ ৰ ৰজা কোন আছিল?

১) পুচ্য বৰ্মন

২) কুমাৰ ভাস্কৰ বৰ্মন

৩) মহেন্দ্ৰ বৰ্মন

৪) ওপৰৰ এজনো নহয়


13/ কোনজন আহোম ৰজা ই বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল?

১) চুহুংমং

২) চুকাফা

৩) চুডাংফা

৪) ওপৰৰ এজনো নহয়


14/ জয় দৌল কোনে নিৰ্মাণ কৰিছিল?

১) প্ৰমত্ত সিংহ

২) ৰুদ্ৰ সিংহ

৩) ৰাজেশ্বৰ সিংহ

৪) ওপৰৰ এজনো নহয়


15/ বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল।

১) ভাস্কৰ বৰ্মন

২) পুচ্য বৰ্মন

৩) সমুদ্ৰ বৰ্মন

৪) ওপৰৰ এজনো নহয়


16/ মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?

১) গৌৰীনাথ সিংহ 

২) পুৰন্দৰ সিংহ 

৩) চন্দ্ৰকান্ত সিংহ

৪) বদন সিংহ


17/ কাৰ স্মৃতি ৰক্ষাৰ হকে জয় সাগৰ পুখুৰী খন্দোৱা হৈছিল?

১) জয়মতী

২) কনকলতা

৩) ৰাণী লক্ষ্মিবাই

৪) ওপৰৰ এজনো নহয় 


18/ অসমৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী কোন আছিল?

১) গোপীনাথ বৰদলৈ

২) মোহাম্মদ ছাদুল্লা

৩) বিষ্ণু ৰাম মেধি

৪) চালেহ আকবৰ হাইধাৰী


19/ অসমৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতা পুৰলৈ কোনে তুলি নিয়ে?

১) পৃথু 

২) সন্ধ্যা

৩) সিন্ধু ৰায় 

৪) ওপৰৰ এজনো নহয় 


20/ উত্তৰ পূব ভাৰতৰ কোন খন ৰাজ্যত সৰ্বাধিক জনসংখ্যা আছে।

১) মেঘালয় 

২) নাগালেণ্ড 

৩) অসম

৪) মিজোৰাম


Related post-
✓100-gk-for-assam-police-general.
✓15-chemistry-gk-in-assamese-language
✓assamese-general-knowledge-quiz-part-3

www.gkinassamese.com

Best of luck for upcoming Grade 3 and grade 4 Exams

Post a Comment

Previous Post Next Post