JOIN OUR TELEGRAM CHANNEL 

JOIN NOW

 অসমৰ ইতিহাস 



১)আহোম সকলৰ শেষৰ ৰাজধানী কত আছিল?

১)চৰাইদেউ

২)গড়গাও

৩)যোৰহাট

৪)ওপৰৰ এটাও নহয়


২) কোন চনত অসমীয়া ভাষাটোয়ে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল?

১)১৯৬০ চনত

২)১৯৬১ চনত

৩)১৯৩৮ চনত

৪)১৯৪০ চনত



৩)কেতিয়া অসমত প্ৰথম ৰেলসেৱা প্ৰ ৱতন কৰা হৈছিল?

১)১৮৫৩

২)১৮৮২

৩)১৮৫০

৪)১৮৬২


৪)কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

১)১৯২১

২)১৯২২

৩)১৯২৬

৪)১৯৪৬


৫)ডিগবৈ শোধনাগাৰ স্থাপিত হৈছিল

১)১৯০৫

২)১৯০১

৩)১৯০০

৪)১৮৮৬


৬)প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়

১)আহোম

২)বৰ্মন

৩)ৰাভা

৪)তিৱা


৭)কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল

১)বিশ্ব সিংহ

২)নৰনাৰায়ণ

৩) চক্ৰধ্বজ

৪) ৰঘুদেৱ


৮)কছাৰী সকলৰ কি জনগোষ্ঠীৰ লোক আছিল

১)কছাৰী

২) মংগোলীয়

৩) গাৰো

৪) আহোম


৯)অসম আটোইতকৈ ওখ দৌল কোনটো ?

১)শিৱ দৌল

২)বিষ্ণু দৌল

৩)দেৱী দৌল


১০)অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল

১)১৮২৫

২)১৮০০

৩)১৮২১

৪)১৮২২


১১)কোন ৰজাৰ দিনত মোৱমৰীয়া বিদ্ৰোহ হৈছিল।

১) লক্ষ্মী সিংহ

২) চুকাফা

৩) চুহুংমুং

৪) প্ৰমত্ত সিংহ


১২) ' চিলাৰজা ' উপাধি কোন জন আহোম ৰজাক প্ৰদান কৰা হৈছিল

১) নৰনাৰায়ণ

২) শুক্লধ্বজ

৩) চুকাফা


১৩) অসম শব্দ টো উৎপত্তি হৈছিল

১) সংস্কৃত শব্দ

২)লেটিন শব্দ

৩)হিন্দু শব্দ

৪)ওপৰৰ এটাও নহয়


১৪)কিমান চনত বংগৰ পৰা অসমক পৃথক কৰা হয়

১) ১৮৪০

২) ১৮৭৪

৩) ১৮৬০

৪) ১৮৮৮


১৫) অসমত কপাহ উৎপন্ন হোৱা ঠাইখনৰ নাম কি

১) গাৰো পাহাৰ

২) কাৰ্বি পাহাৰ

৩) মিকিৰ পাহাৰ

৪) ওপৰৰ এটাও নহয়


১৬) অসমত তামৰ আকৰ কত পোৱা যায়

১) ধুবুৰী

২) নলবাৰী

৩) হাজো

৪) ওপৰৰ এটাও নহয়


১৭) অসমৰ ৰোমান্টিক চহৰ বুলি কোন খন চহৰক কোৱা যায়।

১) যোৰহাট

২)তেজপুৰ

৩) শিৱসাগৰ

৪) গুৱাহাটী


১৮) নামেৰি ৰাষ্ট্ৰীয় উদ্যান খন কোন খন জিলাত অৱস্থিত

১) ডিব্ৰগড়

২) নগাঁও

৩) শোণিতপুৰ

৪) গোলাঘাট


১৯) নাম দাং নৈৰ ওপৰত কোন জন ৰজা ই শিলৰ সাঁকো নিৰ্মান কৰিছিল

১) ৰুদ্ৰ সিংহ

২) প্ৰতাপ সিংহ

৩) লক্ষ্মী সিংহ

৪) ওপৰৰ এজনো নহয়


২০) দিহিঙীয়া ৰজা হিচাপে কাক জনা যায়

১) চুকাফা

২) চুলি কফা

৩) চুহুংমং

৪) ওপৰৰ এজনো নহয় 


sassamese-gk-for-grade-3-and-grade-4



Post a Comment

Previous Post Next Post