JOIN OUR TELEGRAM CHANNEL 

JOIN NOW

 15+ Chemistry GK in Assamese language

100+GK for Assam Police

◆অক্সিজেন ৰ গোন্ধ কেনে ধৰণৰ আৰু ইয়াৰ বৰণ কেনেকুৱা?

=অক্সিজেন ৰ কোনো গোন্ধ নাই আৰু ইয়াৰ বৰণ নাই l


◆আটাইতকৈ পাতল গেছ বিধ কি?

=হাইড্ৰজেন


◆মার্কিউৰিক অক্সাইড তপতাই কি গেছ উৎপন্ন কৰিব পাৰি?

=অক্সিজেন।


◆bliching পাউদাৰ ৰ ৰাসায়নিক নাম কি?

=[Ca(OCl2)]


◆ছ'ডা পানীত কি এছিড থাকে?

=কাৰ্বলিক এচিড।


◆সাধাৰণ তাপমাত্ৰাত কোন ধাতব আৰু অধাতব মৌল তৰল?

=পাৰা আৰু ব্রমিন


◆কোন গেছ বৰ্ণহীন অথচ অতি বিষাক্ত?

=চাইলোজেন।


◆লাফিং গেছ প্ৰকৃততে কি?

=নাইট্ৰাছ অক্সাইড


◆ৰবৰক কোনে প্ৰথম কঠিন আকাৰ দিয়াৰ উপায় বাহিৰ কৰিছিল?

=চাৰ্লচ গুড ইয়াৰ।


◆দৈত কি এচিড থাকে?

=লেক্টিক এচিড।


◆কোনবিধ এচিড মিশ্ৰনে সোণক গলাব পাৰে?

=Hidrochloric Acid আৰু Nitric Acid ৰ মিশ্ৰনে।


◆আটাইতকৈ বিষাক্ত মৌলিক পদাৰ্থবিধৰ নাম কি?

=প্লুটোনিয়াম।


◆বায়ু কি পদাৰ্থ মিশ্ৰ নে যৌগিক?

=মিশ্ৰ পদাৰ্থ


◆মাটিত কোন ধাতুৰ পৰিমাণ আটাইতকৈ বেছি?

=এলুমিনিয়াম।


◆মেডাম কুৰীয়ে ৰসায়ন বিজ্ঞান ত কেতিয়া নোবেল বঁটা লাভ কৰিছিল?

=১৯১১ চনত।


◆আমি খোৱা বোৱাত সৰ্বদা ব্যৱহাৰ কৰা সাধাৰণ নিমখৰ নাম কি?

=Nacl


◆পানীত আইৰণৰ বাহিৰেও যি মৌলবিধ থাকে তাৰ নাম কি?

=কাৰ্বন।


◆এচিডৰ অপৰিহাৰ্য মৌলবিধৰ নাম কি?

=হাইড্ৰজেন


◆তৰল এচিটিক এচিডৰ আন এটা জনপ্ৰিয় নাম কি?

=ভিনেগাৰ।

Post a Comment

Previous Post Next Post