প্রঃ আমাৰ পৃথিৱীখনৰ বয়স কিমান ?
উঃ প্রায় ৮০০ কোটি বছৰ।
প্ৰঃ বুধ গ্ৰহৰ উপগ্রহ আছেনে ?
উঃ নাই।
প্ৰঃ কোন গ্ৰহৰ কিমান উপগ্রহ আছে ?
উঃ পৃথিৱীৰ ১ টা, মংগলৰ ২ টা, বৃহস্পতিৰ ১৪ টা, শনিৰ ৩ টা।
প্ৰঃ কোনটো গ্ৰহ আৰু পৃথিৱীক যমজ বুলি কোৱা হয়
উঃ শুক্র গ্রহ।
প্রঃ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?
উঃ শুক্র।
প্ৰঃ সৌৰজগতৰ কোন দুটা গ্ৰহৰ উপগ্রহ নাই ?
উঃ বুধ আৰু শুক্র গ্রহৰ।
প্ৰঃ উপগ্রহ বুলিলে কি বুজা ?
উঃ কোনো গ্রহ এটাক কেন্দ্ৰ কৰি ঘূৰি থকা বস্তুপিণ্ডক ‘উপগ্রহ’ বোলে
প্ৰঃ আমাৰ কোনটো গ্ৰহক পুৱতি ত’ৰা বা সন্ধা ত’ৰা বুলি কোৱা হয়?
উঃ শুক্র গ্রহক।
প্ৰঃ পূৱৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহ কোনটো ?
উঃ ইউৰেনাছ।
প্রঃ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?
উঃ বুধ।
প্ৰঃ সূৰ্যৰ শক্তিৰ উৎস কি ?
উঃ নিউক্লিয় সংযোজন।
প্রঃ সূর্য পৃষ্ঠৰ উষ্ণতা কিমান ?
উঃ ৬০০০ ডিগ্ৰী ছেলছিয়াছ।
প্ৰঃ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ?
উঃ ১৪কোটি ৩৭ লাখ ৩০ হাজাৰ কিলোমিটাৰ।
প্ৰঃ পৃথিৱীৰ তুলনাত সূর্য কিমান ডাঙৰ ?
উঃ ১৩ লাখ গুণ।
প্ৰঃ সৌৰ জগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি ?
উঃ বৃহস্পতি।
প্ৰঃ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
উঃ নেপচুন।
প্ৰঃ সৌৰজগতত সূৰ্যৰ ভৰৰ শতাংশ কিমান ?
উঃ প্রায় ৯৯.৮৬ শতাংশ।
প্ৰঃ গ্ৰহৰ গতি সূত্ৰবোৰ কোনে কৰিছিল ?
উঃ কেপ্পাৰে।
প্রঃ মহা আকাশৰ ৰঙা গ্ৰহ কোনটো ?
উঃ মংগল গ্রহ।
প্ৰঃ ধুমকেতু কিহেৰে গঠিত ?
উঃ শীতল পানী, কার্বনডাই- অক্সাইড আৰু মিথেন গেছেৰে।
প্ৰঃ ‘নেবুলাৰ প্ৰকল্প' নামেৰে আমাৰ সৌৰ জগতৰ উৎপত্তি ব্যাখ্যা কৰিবলৈ আগবঢ়োৱা তত্ত্বটো কোনে উত্থাপন কৰিছিল ?
উঃ লেপ্পেছে।
প্ৰঃ সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে ?
উঃ ৮মিনিট ২০ চেকেণ্ড।
প্ৰঃ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান ?
উঃ ৩ লাখ ৪২ হাজাৰ কিলোমিটাৰ।
প্ৰঃ ধূমকেতু কি ?
উঃ ধূমকেতু হ'ল গ্রহবোৰৰ দৰে সূৰ্যক প্রদক্ষিণ কৰা এবিধ জ্যোতিষ্ক। ই সূৰ্যৰ ওচৰলৈ আহিলে সূৰ্যৰ তাপত গেছৰ আয়তন বাঢ়ি নেজৰ সৃষ্টি কৰে।
প্ৰঃ আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক কি বুলি কোৱা হয় ?
উঃ ফট’ছফিয়েৰ।
Post a Comment