Assamese general knowledge quiz PART-3




>Assamese general knowledge quiz part 2


>Assamese general knowledge quiz part 1


. হাচং কোন জনগোষ্ঠীৰ উৎসৱ ?

উত্তৰ : ৰাভা


. মায়ামৰা সত্ৰ কোনে বনাইছিল?

উত্তৰ : শংকৰদেৱ


৩. পৰিৱেশ সংৰক্ষণ আইন কেতিয়া কৰা হয়?

উত্তৰ : ১৯৮৬ চনত


৪. যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি কোন আছিল?

উত্তৰ : জগন্নাথ বৰুৱা


৫. ভূপেন হাজৰিকা সেঁতু কোন নদীৰ ওপৰত?

উত্তৰ : লোহিত নদী


. পুংগাল কোন ৰাজ্যৰ উৎসৱ?

উত্তৰ : তামিলনাডু


. কনকলতা বৰুৱা কোনখন আন্দোলনত মৃত্যুবৰণ কৰিছিল?

উত্তৰ : ভাৰত ত্যাগ আন্দোলনত


৮. পানীদিহিং অভয়াৰণ্য কোনখন জিলাত?

উত্তৰ : শিৱসাগৰ


৯. অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন?

উত্তৰ : ওৰাং ৰাষ্ট্ৰীয় উদ্যান


১০. দ্বিতীয় ঘুৰণীয়া মেজমেলত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল?

উত্তৰ : চন্দ্ৰধৰ বৰুৱা


More information 👉 

DOWNLOAD OUR ONLINE QUIZ APK



১১. ১৯৫৬ চনত ৰাজ্যসমূহৰ পুনৰ গঠন কিহৰ ভিত্তিত হৈছিল?

উত্তৰ : ভাষা ভিত্তিত


১২. ভাৰত আৰু কোন দেশৰ সীমাক "মেকমোহন ৰেখা" বুলি কোৱা হয়?

উত্তৰ : চীন


১৩. খালচা পন্থা কোনে আনিছিল?

উত্তৰ : গুৰু গোবিন্দ সিং


১৪. অসম সংৰক্ষণিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী


১৫. শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল?

উত্তৰ : উদয়াদিত্য সিংহ


১৬. অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত আছে ?

উত্তৰ : যোৰহাট


১৭. লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা সংগঠনটোৰ নাম কি?

উত্তৰ : অসম সাহিত্য সভা। 


• ১৯৩১ চনৰ ২৯ ডিচেম্বৰ তাৰিখে, সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দ্বাৰা


১৮. লতাকটা ৰণ কাৰ দিনত হৈছিল?

উত্তৰ : ৰাজেশ্বৰ সিংহ


১৯. হীৰাকুট নদী বান্ধ কোন নদীৰ ওপৰত?

উত্তৰ : মহানদী


২০. "কলিভাৰত" কোনে লিখিছিল?

উত্তৰ : দুতিৰাম হাজৰিকা


More information 👉

DOWNLOAD OUR ONLINE QUIZ APK


২১. স্মগ কি ?

উত্তৰ : ধোঁৱা আৰু কুৱলীৰ মিশ্ৰণ।


২২. সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য খন কি?

উত্তৰ : চক্ৰশীলা অভয়াৰণ্য


২৩. ECOSYSTEM শব্দটো কি ভাষাৰ পৰা আহিছে?

উত্তৰ : গ্ৰীক ভাষাৰ পৰা


২৪. "ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ" কাৰ ৰচনা ?

উত্তৰ : শ্ৰীমতী কাট্টাৰ


২৫. হোলোঙাপাৰ গিবন অভয়াৰণ্য ক'ত অৱস্থিত?

উত্তৰ : যোৰহাট


২৬. খেৰাই পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰ : বড়ো


২৭. ভাৰতত "শিক্ষাৰ অধিকাৰ আইন" কেতিয়া গৃহীত হৈছিল?

উত্তৰ : ১ এপ্ৰিল ২০০৯ চনত


২৮. বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : ২২ মাৰ্চ


২৯. বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ : ১৬ নৱেম্বৰ ১৯৫২


৩০. যাদৱ পায়েঙে একক ভাবে নিৰ্মাণ কৰা অৰণ্য খনৰ নাম কি?

উত্তৰ : মোলাই


More information 👉

DOWNLOAD OUR ONLINE QUIZ APK


৩১. ভাৰতে শব্দ প্ৰদূষণ অধিনিয়ম কেতিয়া গ্ৰহণ কৰিছিল?

উত্তৰ : 2000 চনত 


৩২. কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বিশ্ব সিংহ


৩৩. ‘My Experiments with Truth’ ৰ লেখক কোন?

উত্তৰ : মহাত্মা গান্ধী


৩৪. কাজিৰঙা হস্তী মহোৎসৱ প্ৰথম কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ২০০৩ চনত


৩৫. পৰিস্থিতিক পিৰামিড ধাৰণা কোনে আগবঢ়াইছিল?

উত্তৰ : চাৰ্লচ এলটন


৩৬. অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ কি?

উত্তৰ : চনবিল, কৰিমগঞ্জ


৩৭. কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?

উত্তৰ : গুপ্ত বংশত


৩৮. ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ ‘শত্ৰুনিধক’ হিচাপে জনা যায়?

উত্তৰ : বিন্দুসাৰ


৩৯. হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰ : ৰঘুদেৱ নাৰায়ণ


৪০. গুপ্ত বংশৰ শাসন কালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল ?

উত্তৰ : হিন্দু ধৰ্ম



More information 👉

DOWNLOAD OUR ONLINE QUIZ APK

Post a Comment

Previous Post Next Post