বিশ্বৰ প্রশ্ন উত্তৰ (বিভিন্ন বিষয়)World GK in Assamese ll Assamese Gk ll Gk in assamese
●Indian history in assamese part:1
●Indian history gk in assamese PART 2
●Assam History : অসমৰ চমু পৰিচয়
●Indian history gk in assamese PART 3
●সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থ
1)কোন ৰজাই ৰাগিয়াল বস্তু খােৱাটো অনিবাৰ্য কৰি দিছিল?
উত্তৰ: গীটৰদী গ্রেট ১৫শতাব্দত ছত।
2)কোন দেশৰ মানুহে গছত বাস কৰে?
উঃ কাংগাে বেচিনৰ বাসী (জেয়ৰে, আফ্রিকা)।
3) কোনখন দেশত সকলােতকৈ অধিক স্ত্রী আছে?
উঃ ছােভিয়েট।
4) কোনখন দেশৰ মানুহে অধিক পৰিশ্ৰমী?
উঃ জাপান।
5) কোনখন দেশৰ প্রত্যেক মানুহ সৈনিক?
উঃ ইজৰাইল।
6) বিশ্বৰ সকলােতকৈ ধনী দেশ কি কি?
উঃ কুৱেত, আৰৱ, অমীৰাত।
7) বিশ্বৰ সকলােতকৈ দুখীয়া দেশ কি কি?
উঃ ভূটান,বাংলাদেশ, চাড় আৰু ইথুপিয়া।
8) সকলােতকৈ কত চাহউৎপন্ন বেছি হয় ?
উঃ ভাৰত।
9) বিশ্বৰ সকলােতকৈ প্রাচীন ধর্ম কি ?
উঃ হিন্দু ধর্ম।
10) সকলােতকৈ অধিক গ্রন্থাগাৰ কত আছে?
উঃ ভাৰতত। ৫৭০০০ৰাে অধিক গ্রন্থাগাৰ আছে।
11) বিশ্বৰ সকলােতকৈ অধিক জনসংখ্যা থকা নগৰ কোনখন?
উঃ টকীঅ'।
12) কোনটো পদার্থ জুইত দিলে নুপুৰে?
উঃ এস্কেষ্টাচ
13)বিশ্ব ৰ সকলোতকৈ দীঘল বাছ কত আছে?
উঃ আমেৰিকাত যাৰ দৈঘ্য 76 ফুট,11টন ভাৰী, যত 121 জন যাত্ৰী বহিব পাৰে।
14)পৰমাণু বেমাৰ পৰীক্ষা সকলোতকৈ প্ৰথমে কোন দেশে কৰিছিল?
উঃ 17 জুলাই ,1945 আমেৰিকাত
15) আধা ৰাতি সূৰ্য ওলোৱা দেশ কোনখন ? লেণ্ড আফ মিড নাইট কোনখন দেশক কোৱা হয়?
উঃ নৰৱে।
16) কানাডাৰ ৰাষ্ট্ৰীয় খেল কি?
উঃ আইচ হকী
17)কোনজন ব্যক্তি চাৰিবাৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হৈছিল?
উঃ উলিয়াম এৱাৰ্ড গ্লেডষ্টুন।
18)কোন ৰজাই দাঁড়িত কৰ লগাইছিল? আৰু কেতিয়া লগাইছিল?
উঃ পীটৰ দি গ্ৰেট। এই কৰ 15 শ শতাব্দীত লগাইছিল।
19) কোনখন দেশত ৰাষ্ট্ৰপতি ৰ পত্নীয়ে বনমানুহ অপহৰণ কৰি লৈ গৈছিল?
উঃ ?(আপোনালোকৰ বাবে, চেষ্টা কৰিব উত্তৰ টো comment box ত দিবলৈ)
20)কি দেশত ৰাষ্ট্ৰপতি দুজন?
উঃ সানমাৰিণী।
Next part /
Post a Comment