JOIN OUR TELEGRAM CHANNEL 

JOIN NOW

 


>Indian history gk in assamese PART-1:Assamese GK

>Indian history gk in Assamese PART 2 : Assamese GK


>Daily Current Affairs 2021 visit now


>Assam History : অসমৰ চমু পৰিচয়


Indian History GK in Assamese language ll Assamese GK : General knowledge PART:3


1)প্ৰথম মহাভাৰতৰ যুদ্ধ কোনে দিব্যদৃষ্টিৰে দেখা পাইছিল ?

উঃ সঞ্জয়ে।


2) ভাৰতৰ কোনখন নদীত হীৰা পােৱা যায় ?

উঃ কৃষ্ণা নদী (দক্ষিণ ভাৰত)।


3) মুংগী প্রেমচন্দ্ৰৰ অন্তিম উপন্যাস কোনখন আছিল ?

উঃ গুদান।


4) ভাৰতৰ কোনখন ৰাজ্যৰ দুখন ৰাজধানী?

উঃ জম্মু আৰু কাশ্মীৰ। 


5) ভাৰতৰ সকলােতকৈ উপযুক্ত মাটি কোনখিনিক কোৱা হয় ?

উঃ এলয়ুবিয়ল।


6)ভাৰতৰ সকলােতকৈ অধিক গাখীৰ দিয়া গৰু কোনটো ?

উঃ সাহীৱাল।


7)মাটিকালি হিচাবে ভাৰত বিশ্বৰ কোন স্থানত ?

উঃ সাত নম্বৰ স্থানত।


8) ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত প্রদেশ আছে।

উঃ ভাৰতবৰ্ষত ০৪ খন ৰাজ্য আৰু 7 খন কেন্দ্রীয় শাসিত প্রদেশ আছে।


9) ভাৰতৰ স্বাধীনতাৰ পিচত প্রথম জনগণনা কেতিয়া হৈছিল ?

উঃ 1961 চনত।


10) শ্রীমতী ইন্দিৰা গান্ধী মৃত্যুৰ খবৰ সর্বপ্রথম কোনটো ৰেডিঅ’চেন্টাৰত

দিছিল ?

উঃ ৰেডিঅ'বীবীচি, লণ্ডনত।


11)ভাৰত ত্যাগ আন্দোলন কৰ পৰা আৰম্ভ হৈছিল

উঃমুম্বাইৰ পৰা ।


12)কোন বিভাগৰ কৰৰ পৰা ভাৰতবৰ্ষ অধিক লাভৱান হৈছে ?

উঃ আৱকাৰী। ।


13) জালিৱানাবালাবাগ কাণ্ডত গুলী মাৰিবলৈ আদেশ কোনে দিছিল ?

উঃ জেনেৰেল ডাৱৰে।


14)ভাৰতৰ প্ৰথম ব্ৰিটিছ গৱণৰ জেনেৰেল কোন আছিল?

উঃ ৱাৰেন হষ্টিংগ।


15)ভাৰতৰ সোণ কত পোৱা যায়?

উঃ কৰ্ণাটক।


16)ভাৰতৰ সকলোতকৈ পৱিত্ৰ নদী কোনখনক কোৱা যায়?

উঃ গংগা।


17)মহাত্মা গান্ধীক কোনে মহাত্মা বুলি প্ৰথম কৈছিল?

উঃ ৰবীন্দ্ৰনাথ ঠাকুৰে।


18)ভাৰতৰ ভূ উপগ্ৰহ টোৰ নাম কি?

উঃ এথল।


19)দিল্লীৰ লালকিল্লা টো কোনে সাজিছিল?

উঃ ছাহজাহানে


20)ভাৰতত কাৰ দ্বাৰা প্ৰথম ক্ৰিকেট কত আৰু কেতিয়া খেলা হৈছিল?

উঃ ইংৰাজ ৰ দ্বাৰা 1933 চনত।


Thank you(Admin-gkinassamese.com)


Join our telegram channel for more update

DOWNLOAD OUR ONLINE QUIZ APP





Post a Comment

Previous Post Next Post