JOIN OUR TELEGRAM CHANNEL 

JOIN NOW


Indian History GK in Assamese language ll Assamese GK : General knowledge PART:2


INDIAN HISTORY IN ASSAMESE PART 1



1)বিশ্বৰ সকলোতকৈ প্ৰাচীন ধৰ্মপুথি কোনখন?

উত্তৰ: ঋকবেদ 


2)কোনখন দেশৰ লিখিত সংবিধান নাই?

উত্তৰ: ইংলেণ্ড


3)গোটেই বিশ্ব খনত কেইটা ভাষা কোৱা হয়?

উত্তৰ: 2,792


4)ভাৰতবর্ষৰ সকলোতকৈ ধুনীয়া অট্টালিকা টোৰ নাম কি?

উত্তৰ: তাজমহল 


5)ভাৰতৰ কোনজন খেলুৱৈ য়ে ইংলেণ্ড আৰু ভাৰতৰ বাবে ক্ৰিকেট খেলিছিল?

উত্তৰ: ইপ্তি খাৰ পটোদী


6)ভাৰতৰ সংসদ খন কোনে কেতিয়া উদ্ঘাটন কৰিছিল?

উত্তৰ: 18 জানুৱাৰী 1927 চনত লৰ্ড ইৰ্বিনে।


7)সৰ্বপ্ৰথম ক্ৰিকেট টেষ্ট মেচ কেতিয়া আৰু কত হৈছিল?

উত্তৰ: ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ৰ ওচৰৰ মেলবৰ্ণ নামৰ ঠাইত 1877 চনত।


8)টেষ্ট ক্ৰিকেট প্ৰথম শতক কোনে কৰিছিল?

উত্তৰ: অষ্ট্ৰেলিয়া ৰ চাৰ্লছ বেইনৰ মেন।


9)ভাৰতৰ সৰ্বপ্ৰথম টেষ্ট বিজেতা কোন আছিল আৰু কাৰ বিৰুদ্ধে?

উত্তৰ: 1952 চনত মাদ্ৰাজ ইংলেণ্ডৰ বিৰুদ্ধে।


10)ভাৰতৰ ফুটবল খেল কেতিয়া আৰু কত আৰম্ভ হৈছিল।

উত্তৰ : ডেলহাউসী ক্লাৱৰ দ্বাৰা 1872 চনত কলকাতাত হৈছিল।


11)হকী খেলৰ সৰ্বপ্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল।

উত্তৰ: 16 জুন 1895 চনত ৱেলছ আৰু আয়াৰলেণ্ডাৰ মাজত হৈছিল।


12)কোনজন ভাৰতীয় খেলুৱৈ ফুটবল আৰু ক্ৰিকেট দুয়োটাতে প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰ: পংকজ ৰায়


13)ভাৰতৰ উপৰিও কোনখন দেশে 15 আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰে?

উত্তৰ : দক্ষিণ কোৰিয়াই।


14)বিশ্বৰ সৰ্বপ্ৰথম কাগজৰ মুদ্ৰাৰ আবিষ্কাৰ কত আৰু কেতিয়া হৈছিল।

উত্তৰ: 1812 চনত চীনত


15)বিশ্ব ৰ কোনখন দেশত মুদ্ৰাৰ প্ৰচলন নাই।

উত্তৰ: লাউচত


16)ভাৰতৰ কোন কোন ৰাজ্যত উৰ্দু ভাষাই দ্বিতীয় ভাষাৰ সন্মান লাভ কৰিছিল?

উত্তৰ: বিহাৰ আৰু উত্তৰ প্ৰদেশ।


17)ভাৰতৰ সৰ্বপ্ৰথম মেট্ৰ ৰেল কেতিয়া আৰু কত চলাইছিল?

উত্তৰ: 21 অক্টোবৰ 1984 চনত কলকাতাত।


18)ভাৰত আপতকাল  কেতিয়া ঘোষণা কৰা হৈছিল?

উত্তৰ:26জুন 1975 চনত


19)ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ : 1935


20)ভাৰতৰ গনৰাজ্যৰ প্ৰথম জন সভাপতি কোন আছিল?

উত্তৰ: ডাঃ জাকিৰ হুছেইন।


> DOWNLOAD OUR ONLINE QUIZ APP



Post a Comment

Previous Post Next Post