Assamese GK || GK questions About animals with answers

Indian history in assamese part:1

Indian history gk in assamese PART 2

Daily Current Affairs 2021 visit now

Assam History : অসমৰ চমু পৰিচয়

Indian history gk in assamese PART 3

সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থ


1) বিশ্বৰ কলা ৰঙৰ হাঁহ কত পোৱা যায়? -অষ্ট্ৰেলিয়া।


2)বিশ্বৰ সকলোতকৈ সুন্দৰ পক্ষী কি?-স্বৰ্গৰ পক্ষী (ইউৰোপ)


3)বিশ্বৰ সকলোতকৈ ভয়ানক পক্ষী কি?-কোচুৱাৰী বাৰ্ড (অষ্ট্ৰেলিয়া)।


4)বিশ্বৰ কোনবিধ চৰাইয়ে গান গায়?-কিছুমান প্ৰজাতিৰ মতা চৰাইয়ে।


5)বিশ্বৰ কোনটো পক্ষী সকলোতকৈ বেছিকৈ উৰিব পাৰে?-আৰকটিক টৰ্ন পক্ষী।


6)বিশ্বৰ কোনবিধ পক্ষীয়ে পোষ্টমেন ৰ কাম কৰে?-পাৰ চৰাই।


7)বিশ্বৰ কোনবিধ পক্ষীয়ে বহু দূৰ দূৰলৈ নিজৰ চিকাৰ দেখা পায়?-ৱাজ।


8)সকলোতকৈ তীব্ৰ গতিত যাব পৰা জন্তু তোৰ নাম কি?-চিতা ।60 কি মি ঘণ্টা।


9)কি জন্তুৱে জখম হলে মানুহৰ দৰে কান্দে?-ভালুক


10)কি জন্তুৱে বিপদ আহিলে নিজৰ কেঁচুৱা টোক নিজৰ পেটৰ মোনাত সোমোৱাই লয়?-কেংগাৰু


11)সকলোতকৈ বেছি বছৰ জীয়াই থকা প্ৰাণী টোৰ নাম কি?-কাছ 300 বছৰলৈ জীয়াই থাকে।


12)উৰিব পৰা ভেকুলী টোৰ নাম কি?-ৰাকু ফুৰচ

কি জন্তুৱে মাত নলগায়?-জিৰাফ


13)কি জন্তুৰ গাত সাধাৰণ গুলি পৰিলেও একো নহয়?-গঁড়।


14)কি জন্তুৱে লোহাৰ মোটা মোটা খলাও ভাঙি দিব পাৰে?-টেণ্ডুৱা


15)কি জন্তুৱে চকু বন্ধ কৰি সকলো বোৰ দেখা পায়?-উট


16)বিশ্বৰ তীব্ৰ গতিত যোৱা পক্ষী কোনটো ?-ডক হাক


17)বিশ্বৰ সকলোতকৈ সৰু চৰাই কোনটো আৰু ইয়াক কত পোৱা যায়? -হাৰ্মিং বাৰ্ড(কিউবা)।


18)বিশ্বৰ সকলোতকৈ মাত মাতিব পৰা পক্ষী কোনটো ? -প্ৰভুল নামৰ ভাটৌ(আফ্ৰিকা)


19)বিশ্বৰ সকলোতকৈ ডাঙৰ পক্ষী কোনটো? - উট পক্ষী


20)বিশ্বৰ কোনটো পক্ষীয়ে হাতীৰ দৰে বিশাল জন্তুক উৰুৱাই লৈ গৈছিল আৰু ইয়াক কত পোৱা যায়? -সহদুল বা উকাৱ পক্ষী (ৰুছ)।


21)বিশ্বৰ কোনটো চৰাইৰ পাখি নটা ৰঙৰ আৰু ইয়াক কত পোৱা যায়? -পিটটা চৰাই(অষ্ট্ৰেলিয়া)।



Post a Comment

Previous Post Next Post