Assamese GK || GK questions About animals with answers
●Indian history in assamese part:1
●Indian history gk in assamese PART 2
●Daily Current Affairs 2021 visit now
●Assam History : অসমৰ চমু পৰিচয়
●Indian history gk in assamese PART 3
●সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থ
1) বিশ্বৰ কলা ৰঙৰ হাঁহ কত পোৱা যায়? -অষ্ট্ৰেলিয়া।
2)বিশ্বৰ সকলোতকৈ সুন্দৰ পক্ষী কি?-স্বৰ্গৰ পক্ষী (ইউৰোপ)।
3)বিশ্বৰ সকলোতকৈ ভয়ানক পক্ষী কি?-কোচুৱাৰী বাৰ্ড (অষ্ট্ৰেলিয়া)।
4)বিশ্বৰ কোনবিধ চৰাইয়ে গান গায়?-কিছুমান প্ৰজাতিৰ মতা চৰাইয়ে।
5)বিশ্বৰ কোনটো পক্ষী সকলোতকৈ বেছিকৈ উৰিব পাৰে?-আৰকটিক টৰ্ন পক্ষী।
6)বিশ্বৰ কোনবিধ পক্ষীয়ে পোষ্টমেন ৰ কাম কৰে?-পাৰ চৰাই।
7)বিশ্বৰ কোনবিধ পক্ষীয়ে বহু দূৰ দূৰলৈ নিজৰ চিকাৰ দেখা পায়?-ৱাজ।
8)সকলোতকৈ তীব্ৰ গতিত যাব পৰা জন্তু তোৰ নাম কি?-চিতা ।60 কি মি ঘণ্টা।
9)কি জন্তুৱে জখম হলে মানুহৰ দৰে কান্দে?-ভালুক
10)কি জন্তুৱে বিপদ আহিলে নিজৰ কেঁচুৱা টোক নিজৰ পেটৰ মোনাত সোমোৱাই লয়?-কেংগাৰু
11)সকলোতকৈ বেছি বছৰ জীয়াই থকা প্ৰাণী টোৰ নাম কি?-কাছ 300 বছৰলৈ জীয়াই থাকে।
12)উৰিব পৰা ভেকুলী টোৰ নাম কি?-ৰাকু ফুৰচ
কি জন্তুৱে মাত নলগায়?-জিৰাফ
13)কি জন্তুৰ গাত সাধাৰণ গুলি পৰিলেও একো নহয়?-গঁড়।
14)কি জন্তুৱে লোহাৰ মোটা মোটা খলাও ভাঙি দিব পাৰে?-টেণ্ডুৱা
15)কি জন্তুৱে চকু বন্ধ কৰি সকলো বোৰ দেখা পায়?-উট
16)বিশ্বৰ তীব্ৰ গতিত যোৱা পক্ষী কোনটো ?-ডক হাক
17)বিশ্বৰ সকলোতকৈ সৰু চৰাই কোনটো আৰু ইয়াক কত পোৱা যায়? -হাৰ্মিং বাৰ্ড(কিউবা)।
18)বিশ্বৰ সকলোতকৈ মাত মাতিব পৰা পক্ষী কোনটো ? -প্ৰভুল নামৰ ভাটৌ(আফ্ৰিকা)
19)বিশ্বৰ সকলোতকৈ ডাঙৰ পক্ষী কোনটো? - উট পক্ষী
20)বিশ্বৰ কোনটো পক্ষীয়ে হাতীৰ দৰে বিশাল জন্তুক উৰুৱাই লৈ গৈছিল আৰু ইয়াক কত পোৱা যায়? -সহদুল বা উকাৱ পক্ষী (ৰুছ)।
21)বিশ্বৰ কোনটো চৰাইৰ পাখি নটা ৰঙৰ আৰু ইয়াক কত পোৱা যায়? -পিটটা চৰাই(অষ্ট্ৰেলিয়া)।
Post a Comment