বিশ্বৰ প্রশ্ন উত্তৰ (বিভিন্ন বিষয়)World GK in Assamese ll Assamese Gk ll Gk in assamese
●Indian history in assamese part:1
●Indian history gk in assamese PART 2
●Assam History : অসমৰ চমু পৰিচয়
1)তেজৰ নিচিনা ৰঙা নদী কত আছে?
উত্তৰ: স্পেইন ৰ টিয়ুটিনত ।
2)টেঙা মৌ কত পোৱা যায়?
উত্তৰ:ব্ৰাজিলৰ জংঘলত পোৱা যায়।
3)পৃথিৱীৰ সকলোতকৈ কম শব্দৰ ভাষা কোনটো?
উত্তৰ: ইটালিয়ান।
4)পৃথিৱীৰ সকলোতকৈ প্ৰাচীন বিশ্ববিদ্যালয় কোনখন?
উত্তৰ: পামিয়া বিশ্ববিদ্যালয়,ইটালী
5)বিশ্বৰ কোনখন পাহাৰে প্ৰতিদিনে নিজৰ ৰং সলায়?
উত্তৰ: দক্ষিণ অষ্ট্ৰেলিয়া ৰ আয়াচৰ ৰাক।
6)বিশ্বৰ সকলোতকৈ প্ৰথম বায়ুযান কেতিয়া উৰিছিল?চালক কোন আছিল?
উত্তৰ: ১৭ ডিচেম্বৰ ,১৯০৩ চনত চালক অৰভিল ৰাইট আছিল।
7)চীনৰ চিয়াংগৰ পৰা পাকিস্থান অধিকৃত কাশ্মীৰৰ লগত লাগি থকা ৰাস্তাটোৰ নাম কি?
উত্তৰ: কৰাকুৰম হাইৱে।
8)কোনখন দেশত কৰ্মচাৰী বনাছ দিয়া অনিবাৰ্য হয়?
উত্তৰ: জাপান।
9)হলীউড কিয় প্ৰসিদ্ধ ?
উত্তৰ: ইউ. এচ. এ ৰ কেলিফৰ্নিয়া ৰাজ্যত অৱস্থিত 'হলীউড' ফিল্ম উদ্যোগ ৰ বাবে প্ৰসিদ্ধ।
10)বিশ্বৰ প্ৰসিদ্ধ চিত্ৰ মনালিছাৰ চিত্ৰকাৰ কোন আছিল?
উত্তৰ: Lionard the Vinchi
11)পৃথিৱীৰ সকলোতকৈ অধিক শব্দৰ ভাষা কোনটো?
উত্তৰ: ইংৰাজী ,এই ভাষাত প্ৰায় ৭,৯০,০০০ শব্দ ।
12)বিশ্ব ৰ সকলোতকৈ দামী চহৰ কোন কেইখন ?
উত্তৰ: টকীঅ',পেৰিচ, নিউয়ৰ্ক, বান,কোপেনহেগন, জাকাৰ্ট। আৰু হেগা ।
13) বিশ্বৰ সকলোতকৈ দামী বিমান বন্দৰ কি?
উত্তৰ: আমেৰিকা ৰ চিকাগ' চহৰৰ বিমান বন্দৰ ।য'ত প্ৰতি এক ঘণ্টাত ৮৫ খন বিমান অৱতৰণ কৰে বা উৰা মাৰে।
14) সকলোতকৈ গৰম আৰু ঠাণ্ডা গ্ৰহ কি কি?
উত্তৰ: গৰম বুধ, আৰু ঠাণ্ডা প্লুটো।
15) বিশ্বৰ গৰম পানীৰ হ্ৰদ কি?
উত্তৰ: বৈকাল হ্ৰদ ।
16) বিশ্বৰ সকলোতকৈ সক্ৰিয় জ্বালামুখী কোনটো?
উত্তৰ: এটনা।
17)কোনখন দেশৰ বাসিন্দাই সাপ খায়?
উত্তৰ: চীন
18)কোন খন দেশৰ মানুহৰ গাৰ ৰং ক'লা?
উত্তৰ: আফ্ৰিকাৰ নিগ্ৰো মানুহৰ।
19)কোনখন দেশৰ মানুহ ষাড় গৰুৰ লগত যুদ্ধ কৰে?
উত্তৰ: স্পেইনৰ মানুহৰ ।
20)কোনখন দেশত বিবাহৰ বাবে ঋণ দিয়া হয়?
উত্তৰ: কুৱেট।
21)বিশ্বৰ সকলোতকৈ ভোটদাতা কোন খন দেশত আছে?
উত্তৰ: ভাৰতত (৫০ কোটিতকৈও অধিক)
22)কোন দেশৰ মানুহ হালধীয়া ৰঙৰ ?
উত্তৰ: চীন দেশৰ।
23)জুইৰ ওপৰত সৰু লৰা ছোৱালী নৃত্য কৰা দেশ কোনখন?
উত্তৰ: বালি দ্বীপ এছিয়া।
●world gk in assamesellassamese gk ll Part :1
Post a Comment