বিশ্বৰ প্রশ্ন উত্তৰ (বিভিন্ন বিষয়)World GK in Assamese ll Assamese Gk ll Gk in assamese

Indian history in assamese part:1

Indian history gk in assamese PART 2

Assam History : অসমৰ চমু পৰিচয়

Indian history gk in assamese PART 3

সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থ


1)তেজৰ নিচিনা ৰঙা নদী কত আছে?

উত্তৰ: স্পেইন ৰ টিয়ুটিনত ।


2)টেঙা মৌ কত পোৱা যায়?

উত্তৰ:ব্ৰাজিলৰ জংঘলত পোৱা যায়।


3)পৃথিৱীৰ সকলোতকৈ কম শব্দৰ ভাষা কোনটো?

উত্তৰ: ইটালিয়ান।


4)পৃথিৱীৰ সকলোতকৈ প্ৰাচীন বিশ্ববিদ্যালয় কোনখন?

উত্তৰ: পামিয়া বিশ্ববিদ্যালয়,ইটালী


5)বিশ্বৰ কোনখন পাহাৰে প্ৰতিদিনে নিজৰ ৰং সলায়?

উত্তৰ: দক্ষিণ অষ্ট্ৰেলিয়া ৰ আয়াচৰ ৰাক।


6)বিশ্বৰ সকলোতকৈ প্ৰথম বায়ুযান কেতিয়া উৰিছিল?চালক কোন আছিল?

উত্তৰ: ১৭ ডিচেম্বৰ ,১৯০৩ চনত চালক অৰভিল ৰাইট আছিল।


7)চীনৰ চিয়াংগৰ পৰা পাকিস্থান অধিকৃত কাশ্মীৰৰ লগত লাগি থকা ৰাস্তাটোৰ নাম কি?

উত্তৰ: কৰাকুৰম হাইৱে।


8)কোনখন দেশত কৰ্মচাৰী বনাছ দিয়া অনিবাৰ্য হয়?

উত্তৰ: জাপান।


9)হলীউড কিয় প্ৰসিদ্ধ ?

উত্তৰ: ইউ. এচ. এ ৰ কেলিফৰ্নিয়া ৰাজ্যত অৱস্থিত 'হলীউড' ফিল্ম উদ্যোগ ৰ বাবে প্ৰসিদ্ধ।


10)বিশ্বৰ প্ৰসিদ্ধ চিত্ৰ মনালিছাৰ চিত্ৰকাৰ কোন আছিল?

উত্তৰ: Lionard the Vinchi


11)পৃথিৱীৰ সকলোতকৈ অধিক শব্দৰ ভাষা কোনটো?

উত্তৰ: ইংৰাজী ,এই ভাষাত প্ৰায় ৭,৯০,০০০ শব্দ ।


12)বিশ্ব ৰ সকলোতকৈ দামী চহৰ কোন কেইখন ?

উত্তৰ: টকীঅ',পেৰিচ, নিউয়ৰ্ক, বান,কোপেনহেগন, জাকাৰ্ট। আৰু হেগা ।


13) বিশ্বৰ সকলোতকৈ দামী বিমান বন্দৰ কি?

উত্তৰ: আমেৰিকা ৰ চিকাগ' চহৰৰ বিমান বন্দৰ ।য'ত প্ৰতি এক ঘণ্টাত ৮৫ খন বিমান অৱতৰণ কৰে বা উৰা মাৰে।


14) সকলোতকৈ গৰম আৰু ঠাণ্ডা গ্ৰহ কি কি?

উত্তৰ: গৰম বুধ, আৰু ঠাণ্ডা প্লুটো।


15) বিশ্বৰ গৰম পানীৰ হ্ৰদ কি?

উত্তৰ: বৈকাল হ্ৰদ ।


16) বিশ্বৰ সকলোতকৈ সক্ৰিয় জ্বালামুখী কোনটো?

উত্তৰ: এটনা।


17)কোনখন দেশৰ বাসিন্দাই সাপ খায়?

উত্তৰ: চীন


18)কোন খন দেশৰ মানুহৰ গাৰ ৰং ক'লা?

উত্তৰ: আফ্ৰিকাৰ নিগ্ৰো মানুহৰ।


19)কোনখন দেশৰ মানুহ  ষাড় গৰুৰ লগত যুদ্ধ কৰে?

উত্তৰ: স্পেইনৰ মানুহৰ ।


20)কোনখন দেশত বিবাহৰ বাবে ঋণ দিয়া হয়?

উত্তৰ: কুৱেট।


21)বিশ্বৰ সকলোতকৈ ভোটদাতা কোন খন দেশত আছে?

উত্তৰ: ভাৰতত (৫০ কোটিতকৈও অধিক)


22)কোন দেশৰ মানুহ হালধীয়া ৰঙৰ ?

উত্তৰ: চীন দেশৰ।


23)জুইৰ ওপৰত সৰু লৰা ছোৱালী নৃত্য কৰা দেশ কোনখন?

উত্তৰ: বালি দ্বীপ এছিয়া।


world gk in assamesellassamese gk ll Part :1


ডাউনলোড কৰক আমাৰ অসমীয়া সাধাৰণ জ্ঞান apk টো।

Post a Comment

Previous Post Next Post