সাহিত্য বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থ সমূহ ::Assamses GK ::GK in Assamese
Literary Award Winning Literature and Books
>Indian history in assamese part:1
>Indian history gk in assamese PART 2
>Daily Current Affairs 2021 visit now
>Assam History : অসমৰ চমু পৰিচয়
>Indian history in Assamese PART 3
নলিনীবালা দেৱী | অলকানন্দা (১৯৬৮) |
অতুল চন্দ্র হাজৰিকা | মঞ্চলেখা (১৯৬৯) |
লক্ষ্মীনাথ ফুকন | মহাত্মাৰ পৰা ৰূপকোৱৰলৈ (১৯৭০) |
চৈয়দ আব্দুল মালিক | অঘৰী আত্মাৰ কাহিনী (১৯৭২) |
সৌৰভ কুমাৰ চলিহা | গােলাম (১৯৭৪) |
নৱকান্ত বৰুৱা | ককাদেউতাৰ হাড় (১৯৭৫) |
ভবেন্দ্ৰ নাথ শইকীয়া | শৃংখল (১৯৭৬) |
আনন্দ চন্দ্র বৰুৱা | বকুলবনৰ কবিতা (১৯৭৭) |
হােমেন বৰগােহাঞি | পিতা-পুত্র (১৯৭৮) |
ভবেন বৰুৱা | সােণালী জাহাজ (১৯৭৯) |
যােগেশ দাস | পৃথিৱীৰ অসুখ (১৯৮০) |
নীলমণি ফুকন | কবিতা (১৯৮১) |
মামণি ৰয়ছম গােস্বামী | মামৰে ধৰা তৰােৱাল আৰু দুখন উপন্যাস (১৯৮২) |
নিৰ্মলপ্ৰভা বৰদলৈ | সুদীর্ঘ দিন আৰু ঋতু (১৯৮৩) |
দেৱেন্দ্রনাথ আচার্য | জংগম (মৰণােত্তৰভাৱে, ১৯৮৪) |
কৃষ্ণকান্ত সন্দিকৈ | কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ (মৰণােত্তৰভাৱে, ১৯৮৫) |
তীর্থনাথ শৰ্মা | বেণুধৰ শৰ্মা (১৯৮৬) |
হৰেকৃষ্ণ ডেকা | আন এজন (১৯৮৭) |
লক্ষ্মীনন্দন বৰা | পাতাল ভৈৰৱী (১৯৮৮) |
হীৰেন গােহাঁই | অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা (১৯৮৯) |
স্নেহ দেৱী | স্নেহ দেৱীৰ একুঁকি গল্প (মৰণােত্তৰভাৱে, ১৯৯০) |
অজিৎ বৰুৱা | ব্রহ্মপুত্র ইত্যাদি পদ্য (১৯৯১) |
হীৰেন ভট্টাচার্য | শইচৰ পথাৰ মানুহ (১৯৯২) |
কেশৱ মহন্ত | মােৰ যে কিমান হেপাহ (১৯৯৩) |
শীলভদ্র। | মধুপুৰ বহু দূৰ (১৯৯৪) |
চন্দ্রপ্রসাদ শইকীয়া | মহাৰথী (১৯৯৫) |
নিৰুপমা বৰগােহাঞি | অভিযাত্রী (১৯৯৬) |
নগেন শইকীয়া | আন্ধাৰত নিজৰ মুখ (১৯৯৭) |
অৰুণ শৰ্মা | আশীর্বাদৰ ৰং (১৯৯৮) |
মেদিনী চৌধুৰী | বিপন্ন সময় (১৯৯৯) |
অপূর্ব শর্ম | বাঘে টাপুৰ ৰাতি (২০০০) |
মহিম বৰা | এধানি মাহীৰ হাঁহি (২০০১) |
নলিনীধৰ ভট্টাচার্য | মহৎ ঐতিহ্য (২০০২) |
যতীন্দ্র নাথ দুৱৰা | বনফুল ১৯৫৫ |
বেণুধৰ শৰ্মা | কংগ্ৰেছৰ কাঁচিয়লি ৰদত ১৯৬০ |
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | ইয়াৰুইঙ্গম ১৯৬১ |
বিৰিঞ্চি কুমাৰ বৰুৱা | অসমৰ লোক সংস্কৃতি ১৯৬৪ |
অম্বিকাগিৰী ৰায়চৌধুৰী | বেদনাৰ উল্কা ১৯৬৬ |
ত্ৰৈলোক্যনাথ গোস্বামী | আধুনিক গল্প সাহিত্য ১৯৬৭ |
বিদ্ৰ:২০০২ চনৰ তথ্য প্ৰকাশ কৰা হৈছে
(সংগ্ৰহ : নতুন জানানে -শান্তনু কৌশিক বৰুৱা)
Post a Comment