সাহিত্য বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থ সমূহ ::Assamses GK ::GK in Assamese

Literary Award Winning Literature and Books

>Indian history in assamese part:1


>Indian history gk in assamese PART 2


>Daily Current Affairs 2021 visit now


>Assam History : অসমৰ চমু পৰিচয়


>Indian history in Assamese PART 3



নলিনীবালা দেৱী

অলকানন্দা (১৯৬৮)

অতুল চন্দ্র হাজৰিকা

মঞ্চলেখা (১৯৬৯)

লক্ষ্মীনাথ ফুকন

মহাত্মাৰ পৰা ৰূপকোৱৰলৈ (১৯৭০)

চৈয়দ আব্দুল মালিক

অঘৰী আত্মাৰ কাহিনী (১৯৭২)

সৌৰভ কুমাৰ চলিহা

গােলাম (১৯৭৪)

নৱকান্ত বৰুৱা

ককাদেউতাৰ হাড় (১৯৭৫)

ভবেন্দ্ৰ নাথ শইকীয়া

শৃংখল (১৯৭৬)

আনন্দ চন্দ্র বৰুৱা

বকুলবনৰ কবিতা (১৯৭৭)

হােমেন বৰগােহাঞি

পিতা-পুত্র (১৯৭৮)

ভবেন বৰুৱা

সােণালী জাহাজ (১৯৭৯)

যােগেশ দাস

পৃথিৱীৰ অসুখ (১৯৮০)

নীলমণি ফুকন

কবিতা (১৯৮১)

মামণি ৰয়ছম গােস্বামী

মামৰে ধৰা তৰােৱাল আৰু দুখন উপন্যাস (১৯৮২)

নিৰ্মলপ্ৰভা বৰদলৈ

সুদীর্ঘ দিন আৰু ঋতু (১৯৮৩)

দেৱেন্দ্রনাথ আচার্য

জংগম (মৰণােত্তৰভাৱে, ১৯৮৪)

কৃষ্ণকান্ত সন্দিকৈ

কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ (মৰণােত্তৰভাৱে, ১৯৮৫)

তীর্থনাথ শৰ্মা

বেণুধৰ শৰ্মা (১৯৮৬)

হৰেকৃষ্ণ ডেকা

আন এজন (১৯৮৭)

লক্ষ্মীনন্দন বৰা

পাতাল ভৈৰৱী (১৯৮৮)

হীৰেন গােহাঁই

অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা (১৯৮৯)


স্নেহ দেৱী

স্নেহ দেৱীৰ একুঁকি গল্প (মৰণােত্তৰভাৱে, ১৯৯০)

অজিৎ বৰুৱা

ব্রহ্মপুত্র ইত্যাদি পদ্য (১৯৯১)

হীৰেন ভট্টাচার্য

শইচৰ পথাৰ মানুহ (১৯৯২)

কেশৱ মহন্ত

মােৰ যে কিমান হেপাহ (১৯৯৩)

শীলভদ্র।

মধুপুৰ বহু দূৰ (১৯৯৪)

চন্দ্রপ্রসাদ শইকীয়া

মহাৰথী (১৯৯৫)

নিৰুপমা বৰগােহাঞি

অভিযাত্রী (১৯৯৬)

নগেন শইকীয়া

আন্ধাৰত নিজৰ মুখ (১৯৯৭)

অৰুণ শৰ্মা

আশীর্বাদৰ ৰং (১৯৯৮)

মেদিনী চৌধুৰী

বিপন্ন সময় (১৯৯৯)

অপূর্ব শর্ম

বাঘে টাপুৰ ৰাতি (২০০০)

মহিম বৰা

এধানি মাহীৰ হাঁহি (২০০১)

নলিনীধৰ ভট্টাচার্য

মহৎ ঐতিহ্য (২০০২)

যতীন্দ্র নাথ দুৱৰা

বনফুল ১৯৫৫

বেণুধৰ শৰ্মা

কংগ্ৰেছৰ কাঁচিয়লি ৰদত ১৯৬০

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

ইয়াৰুইঙ্গম ১৯৬১

বিৰিঞ্চি কুমাৰ বৰুৱা

অসমৰ লোক সংস্কৃতি ১৯৬৪

অম্বিকাগিৰী ৰায়চৌধুৰী

বেদনাৰ উল্কা ১৯৬৬

ত্ৰৈলোক্যনাথ গোস্বামী

আধুনিক গল্প সাহিত্য ১৯৬৭


বিদ্ৰ:২০০২ চনৰ তথ্য প্ৰকাশ কৰা হৈছে
(সংগ্ৰহ : নতুন জানানে -শান্তনু কৌশিক বৰুৱা)

Post a Comment

Previous Post Next Post