Indian History GK in Assamese language ll Assamese GK : General knowledge PART:1
◆ Daily Current Affairs 2021Visit now
1)ভাৰত চীনৰ সীমা নিৰ্ধাৰণ কৰা লাইন ডালক কি বুলি কোৱা হয়?
উত্তৰ: মেক মোহন লাইন
2)ভাৰত পাকিস্তানৰ সীমা নিৰ্ধাৰণ কৰা লাইন ডালক কি বুলি কোৱা হয়?
উত্তৰ: ৰেড ক্লিফ লাইন
3)ভাৰতৰ মুদ্ৰাৰ টকা কেতিয়া আৰু কোনে ৰাখিছিল?
উত্তৰ: 1541 চনত ছেৰশ্বাহ সুৰীয়ে।
4)ভাৰতত সৰ্বপ্ৰথম ৰেডিঅ' প্ৰচাৰণ কত আৰু কেতিয়া হৈছিল?
উত্তৰ: 13 জুলাই 1927 বোম্বাইৰ পৰা
5)ভাৰতত সৰ্বপ্ৰথম টেলিভিছন প্ৰচাৰণ কত আৰু কেতিয়া হৈছিল?
উত্তৰ: 15 ছেপ্টেম্বৰ 1959 আকাশবাণী দিল্লীৰ পৰা।
6)ভাৰতত ডাক বিভাগ আৰু পিন কোড প্ৰণালী কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: 15 আগষ্ট 1972 চনত
7)ভাৰতৰ প্ৰথম আই. চি. এচ. অফিচাৰ কোন?
উত্তৰ: শ্ৰী সুৰেন্দ্ৰ নাথ
8)ভাৰতৰ সৰ্বপ্ৰথম কবি কোন আছিল?
উত্তৰ: মহৰ্ষি বাল্মীকি
9)বিশ্ব ৰ সকলোতকৈ ডাঙৰ মহাকাব্য কোনখন?
উত্তৰ:মহাভাৰত
10)ভাৰতৰ সৰ্বপ্ৰথম কোনটো ডাকঘৰত কম্পিউটাৰ ব্যৱহাৰ কৰিছিল?
উত্তৰ: 16 আগষ্ট 1986 চনত বাঙ্গালোৰত (কৰ্ণাটক)
11)ভাৰতৰ সৰ্বপ্ৰথম বাতৰি কাকত কোনখন আৰু কেতিয়া আৰু কত প্ৰকাশিত হৈছিল?
উত্তৰ: ইণ্ডিয়া গেজেট ,1776 চনত কলকাতা ত
12)ভাৰতৰ সৰ্বপ্ৰথম হিন্দী বাতৰি কাকত কোনখন আৰু কেতিয়া আৰু কত প্ৰকাশিত হৈছিল?
উত্তৰ: উংদত মাতগু 30 মে 1826 কলকাতাত
13)ভাৰতৰ কোনজন প্ৰধান মন্ত্ৰীৰ জন্মদিন চাৰি বছৰৰ পিছত হে হয়?
উত্তৰ: স্বৰ্গীয় মুৰাৰজী ভাই দেশাই(জন্ম 29 ফেব্ৰুৱাৰী)
14)ভাৰতৰ সংসদত এদিনো নোযোৱা প্ৰধান মন্ত্ৰী জন কোন আছিল?
উত্তৰ : স্বৰ্গীয় চৌধুৰী চৰণ সিং
15)ভাৰতৰ কোনখন ৰাজ্যত ৰাজ্যিক ভাষা ইংৰাজী হয়?
উত্তৰ: নাগালেণ্ড
16)ভাৰত ত সকলোতকৈ অধিক ৰাজত্ব কৰা বাদশ্বাহ জনৰ নাম কি?
উত্তৰ: ঔৰংজেৱ তেওঁ 49 বছৰ শাসন কৰিছিল।
17)ভাৰতত সৰ্বপ্ৰথম পৰম বীৰ চক্ৰ কোনে পাইছিল?
উত্তৰ: 1947 চনত মেজৰ সোমনাথ শৰ্মা
18)চিকন্দৰৰ গুৰুৰ নাম কি?
উত্তৰ:অৰস্ত
19)বিশ্ব ত সকলোতকৈ কম দামত সোণ কত পোৱা যায়?
উত্তৰ: লণ্ডন আৰু নিউয়ৰ্ক ত
20)ভাৰতৰ সৰ্বপ্ৰথম মহাবিদ্যালয় কোনখন?
উত্তৰ: ফোট উইলিয়াম মহাবিদ্যালয় (18 আগষ্ট 1800 চনত কলকাতা)
◆ DOWNLOAD OUR ONLINE QUIZ APP
Post a Comment