Indian History GK in Assamese language ll Assamese GK : General knowledge PART:1


◆ Daily Current Affairs 2021Visit now

◆ Indian History


1)ভাৰত চীনৰ সীমা নিৰ্ধাৰণ কৰা লাইন ডালক কি বুলি কোৱা হয়?

উত্তৰ: মেক মোহন লাইন


2)ভাৰত পাকিস্তানৰ সীমা নিৰ্ধাৰণ কৰা লাইন ডালক কি বুলি কোৱা হয়?

উত্তৰ: ৰেড ক্লিফ লাইন


3)ভাৰতৰ মুদ্ৰাৰ টকা কেতিয়া আৰু কোনে ৰাখিছিল?

উত্তৰ: 1541 চনত ছেৰশ্বাহ সুৰীয়ে।


4)ভাৰতত সৰ্বপ্ৰথম ৰেডিঅ' প্ৰচাৰণ কত আৰু কেতিয়া হৈছিল?

উত্তৰ: 13 জুলাই 1927 বোম্বাইৰ পৰা


5)ভাৰতত সৰ্বপ্ৰথম টেলিভিছন প্ৰচাৰণ কত আৰু কেতিয়া হৈছিল?

উত্তৰ: 15 ছেপ্টেম্বৰ 1959 আকাশবাণী দিল্লীৰ পৰা।


6)ভাৰতত ডাক বিভাগ আৰু পিন কোড প্ৰণালী কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ: 15 আগষ্ট 1972 চনত


7)ভাৰতৰ প্ৰথম আই. চি. এচ. অফিচাৰ কোন?

উত্তৰ: শ্ৰী সুৰেন্দ্ৰ নাথ


8)ভাৰতৰ সৰ্বপ্ৰথম কবি কোন আছিল?

উত্তৰ: মহৰ্ষি বাল্মীকি


9)বিশ্ব ৰ সকলোতকৈ ডাঙৰ মহাকাব্য কোনখন?

উত্তৰ:মহাভাৰত 


10)ভাৰতৰ সৰ্বপ্ৰথম কোনটো ডাকঘৰত কম্পিউটাৰ ব্যৱহাৰ কৰিছিল?

উত্তৰ: 16 আগষ্ট 1986 চনত বাঙ্গালোৰত (কৰ্ণাটক)


11)ভাৰতৰ সৰ্বপ্ৰথম বাতৰি কাকত কোনখন আৰু কেতিয়া আৰু কত প্ৰকাশিত হৈছিল?

উত্তৰ: ইণ্ডিয়া গেজেট ,1776 চনত কলকাতা ত


12)ভাৰতৰ সৰ্বপ্ৰথম হিন্দী বাতৰি কাকত কোনখন আৰু কেতিয়া আৰু কত প্ৰকাশিত হৈছিল?

উত্তৰ: উংদত মাতগু 30 মে 1826 কলকাতাত


13)ভাৰতৰ কোনজন প্ৰধান মন্ত্ৰীৰ জন্মদিন চাৰি বছৰৰ পিছত হে হয়?

উত্তৰ: স্বৰ্গীয় মুৰাৰজী ভাই দেশাই(জন্ম 29 ফেব্ৰুৱাৰী)


14)ভাৰতৰ সংসদত এদিনো নোযোৱা প্ৰধান মন্ত্ৰী জন কোন আছিল?

উত্তৰ : স্বৰ্গীয় চৌধুৰী চৰণ সিং


15)ভাৰতৰ কোনখন ৰাজ্যত ৰাজ্যিক ভাষা ইংৰাজী হয়?

উত্তৰ: নাগালেণ্ড


16)ভাৰত ত সকলোতকৈ অধিক ৰাজত্ব কৰা বাদশ্বাহ জনৰ নাম কি?

উত্তৰ: ঔৰংজেৱ তেওঁ 49 বছৰ শাসন কৰিছিল।


17)ভাৰতত সৰ্বপ্ৰথম পৰম বীৰ চক্ৰ কোনে পাইছিল?

উত্তৰ: 1947 চনত মেজৰ সোমনাথ শৰ্মা


18)চিকন্দৰৰ গুৰুৰ নাম কি?

উত্তৰ:অৰস্ত


19)বিশ্ব ত সকলোতকৈ কম দামত সোণ কত পোৱা যায়?

উত্তৰ: লণ্ডন আৰু নিউয়ৰ্ক ত


20)ভাৰতৰ সৰ্বপ্ৰথম মহাবিদ্যালয় কোনখন?

উত্তৰ: ফোট উইলিয়াম মহাবিদ্যালয় (18 আগষ্ট 1800 চনত কলকাতা)


DOWNLOAD OUR ONLINE QUIZ APP




Post a Comment

Previous Post Next Post